UN's Kitchen

UN's Kitchen "Serving flavors from my kitchen to your feed �� | From sizzling pork to soulful curries"

যোৱা বছৰত পূজাৰ সময়ত কৰা কাম শলাত দিয়া গাহৰি 𝐑𝐨𝐚𝐬𝐭𝐞𝐝 𝐏𝐨𝐫𝐤
25/08/2025

যোৱা বছৰত পূজাৰ সময়ত কৰা কাম

শলাত দিয়া গাহৰি
𝐑𝐨𝐚𝐬𝐭𝐞𝐝 𝐏𝐨𝐫𝐤

ঔটেঙা আৰু মান ধনিয়াৰে গাহৰি ভজা। কালি নিশাৰ সাজৰ।
21/08/2025

ঔটেঙা আৰু মান ধনিয়াৰে গাহৰি ভজা। কালি নিশাৰ সাজৰ।

হাঁ‌হ আৰু কোমোৰাDuck meat cooked with Waxgourd. . .
17/08/2025

হাঁ‌হ আৰু কোমোৰা
Duck meat cooked with Waxgourd. . .

𝐏𝐎𝐑𝐊, Fried with 𝐅𝐢𝐝𝐝𝐥𝐞𝐡𝐞𝐚𝐝 𝐅𝐞𝐫𝐧ঢেকীয়াৰে গাহৰি মাংস ভজাকালি নিশাৰ ব্যঞ্জন, মন জোৰোৱা সোৱাদ।
17/08/2025

𝐏𝐎𝐑𝐊, Fried with 𝐅𝐢𝐝𝐝𝐥𝐞𝐡𝐞𝐚𝐝 𝐅𝐞𝐫𝐧
ঢেকীয়াৰে গাহৰি মাংস ভজা

কালি নিশাৰ ব্যঞ্জন, মন জোৰোৱা সোৱাদ।

Pork with Mustard Green. . .লাইশাকৰ সৈতে গাহৰি।বাতিটো বৰ সৰু নহয়, আলহীয়ে টকালি পাৰি খোৱা মনত আছে এইখিনি।
13/08/2025

Pork with Mustard Green. . .
লাইশাকৰ সৈতে গাহৰি।
বাতিটো বৰ সৰু নহয়, আলহীয়ে টকালি পাৰি খোৱা মনত আছে এইখিনি।

কলখাৰ বা কলাখাৰৰ সৈতে ৰন্ধা গাহৰি𝐀𝐥𝐤𝐚𝐥𝐢𝐧𝐞 𝐏𝐨𝐫𝐤"কল খাৰ" অসমীয়া খাদ্যৰ এটা গুৰুত্বপূৰ্ণ উপাদান। ইয়াৰ সোৱাদ অলপ তিতা আৰু ...
10/08/2025

কলখাৰ বা কলাখাৰৰ সৈতে ৰন্ধা গাহৰি
𝐀𝐥𝐤𝐚𝐥𝐢𝐧𝐞 𝐏𝐨𝐫𝐤

"কল খাৰ" অসমীয়া খাদ্যৰ এটা গুৰুত্বপূৰ্ণ উপাদান। ইয়াৰ সোৱাদ অলপ তিতা আৰু খাদ্যত ব্যৱহাৰ কৰিলে এক বিশেষ সোৱাদ আহে। কলাখাৰক অসমীয়া খাদ্যৰ এক অবিচ্ছেদ্য অংগ হিচাপে গণ্য কৰা হয়। সেয়েহে এবাৰ বহুতৰে প্ৰিয় গাহৰি মাংসক কলখাৰৰ সৈতে ৰান্ধিছিলোঁ। লগতে মান ধনিয়া আৰু পকা জলকীয়াৰ পৰশত এইবিধ ব্যঞ্জনৰ সোৱাদ অনন্য হৈছিল। গৰম ভাতৰ সৈতে খাৰ-গাহৰিৰ পৰিৱেশন, কিঞ্চিত কেঁ‌চা সৰিয়হৰ তেল, ওফ . . . অপূৰ্ব।

𝐏𝐨𝐫𝐤 𝐃𝐫𝐲 𝐅𝐫𝐲 গাহৰিৰ শুকান ভজা  বতৰ ডাৱৰীয়া, গৰম কম, শণিবাৰ। এনেকুৱা অলপ ভাতৰ কাষত পালে কম ভাল লাগিবনে? নিশাৰ সাজত এনেকুৱ...
09/08/2025

𝐏𝐨𝐫𝐤 𝐃𝐫𝐲 𝐅𝐫𝐲 গাহৰিৰ শুকান ভজা

বতৰ ডাৱৰীয়া, গৰম কম, শণিবাৰ। এনেকুৱা অলপ ভাতৰ কাষত পালে কম ভাল লাগিবনে? নিশাৰ সাজত এনেকুৱা অলপ লৈ পেট ভৰাই খাই নিশ্চিন্তমনে শুই থাকিব পাৰি, কাইলৈ দেওবাৰ। কামলৈ যাবলৈ খৰধৰ কৰিবলৈয়ো নাই, নহয় নে?

Address


784168

Website

Alerts

Be the first to know and let us send you an email when UN's Kitchen posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your business to be the top-listed Interior Service?

Share