30/07/2026
� মানুহ মানুহৰ বাবে... �
অসমৰ বহু পৰিয়াল আজিও বানপানীৰ ভয়ংকৰ প্ৰভাৱৰ সৈতে যুঁজ দি আছে। ঘৰ-বাৰী, খাদ্য, কাপোৰ—বহুতেই নিজৰ সকলো হেৰুৱাইছে।
এই গোলাঘাটৰ পৰা শিৱসাগৰলৈ বান সাহায্য অভিযানৰ জৰিয়তে বানপীড়িত পৰিয়ালসমূহলৈ খাদ্য সামগ্ৰী, খোৱা পানী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰা হ'ব।
আপোনাৰ অলপ সহায়ো কাৰোবাৰ বাবে এক নতুন আশাৰ পোহৰ হ'ব পাৰে। �
যদি সামৰ্থ্য আছে, অনুগ্ৰহ কৰি এই অভিযানত অংশগ্ৰহণ কৰক।
� মানুহ মানুহৰ বাবে। একে লগে থাকিলে আমি এই দুৰ্যোগো পাৰ হ'ব পাৰো