Niku Bamboo Art & Craft Industry

Niku Bamboo Art & Craft Industry Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Niku Bamboo Art & Craft Industry, Arts & Crafts Store, Jorhat.

নিকু_বাঁহ_শিল্পকলা_উদ্যোগ লৈ স্বাগতম
আমি অসমত হাতেৰে বনোৱা বাঁহৰ বিভিন্ন ধৰণৰ সুন্দৰ হস্তশিল্প বনাওঁ।
ঘৰৰ বিভিন্ন সামগ্ৰী, ৰেষ্টুৰেণ্ট,উপহাৰ আৰু দৈনন্দিন ব্যৱহাৰৰ বাবে বিভিন্ন bamboo craft উপলব্ধ। যদি আপুনি অৰ্ডাৰ কৰিব বিচাৰে, অনুগ্ৰহ কৰি আমাক যোগাযোগ কৰক

26/05/2026
 #নিকু_বাঁহ_শিল্পকলা_উদ্যোগএটি সুন্দৰ পৰিবেশ সৃষ্টিৰ আঁৰত বহু কষ্ট জৰিত হৈ থাকে ৷ মোৰ সহকৰ্মীলৈ সকলৰ প্ৰচেষ্টাত আজি আমি ...
07/05/2026

#নিকু_বাঁহ_শিল্পকলা_উদ্যোগ
এটি সুন্দৰ পৰিবেশ সৃষ্টিৰ আঁৰত বহু কষ্ট জৰিত হৈ থাকে ৷
মোৰ সহকৰ্মীলৈ সকলৰ প্ৰচেষ্টাত আজি আমি ৬টাকৈ ঘৰ কাম সম্পূৰ্ণ কৰিলো ৷
সকলোলৈকে অশেষ ধন্যবাদ জনাইছো ৷

05/05/2026

মাননীয় মুখ্যমন্ত্ৰী মহোদয়কে প্ৰমুখ্যে কৰি বিজয়ী সকলো মন্ত্ৰী আৰু বিধায়কলৈ আমাৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰাজ্যৰ উন্নয়ন আৰু জনকল্যাণৰ উদ্দেশ্যে বিভিন্ন আঁচনি গ্ৰহণ কৰি জনসাধাৰণক কৰ্মমুখী কৰি তোলাৰ যি প্ৰচেষ্টা লোৱা হৈছে, সেয়া অতি প্ৰশংসনীয়।
আমাৰ আন্তৰিক আশা আৰু অনুৰোধ—আগন্তুক দিনবোৰতো এই উন্নয়নৰ ধাৰা অব্যাহত ৰাখি অসমক অধিক উন্নতিৰ দিশে আগুৱাই নিয়াত আপোনালোক সকলোয়ে দৃঢ় পদক্ষেপ ল’ব। অসমৰ সামগ্ৰিক বিকাশ, শান্তি-সমৃদ্ধি আৰু জনসাধাৰণৰ কল্যাণৰ বাবে এইদৰে নিষ্ঠা, সততা আৰু দায়িত্ববোধেৰে কাম কৰি থাকিব বুলি আমি গভীৰভাৱে বিশ্বাস কৰোঁ।
Himanta Biswa Sarma

সকলোকে বিহুৰ ওলগ যাচিছো 🙏🙏 #নিকু_বাঁহ_শিল্পকলা_উদ্যোগ    #বিহু
14/04/2026

সকলোকে বিহুৰ ওলগ যাচিছো 🙏🙏
#নিকু_বাঁহ_শিল্পকলা_উদ্যোগ #বিহু

 #নিকু_বাঁহ_শিল্পকলা_উদ্যোগ   Font wall decoration  #অসমৰবাঁহশিল্প
10/04/2026

#নিকু_বাঁহ_শিল্পকলা_উদ্যোগ
Font wall decoration

#অসমৰবাঁহশিল্প

 #নিকু_বাঁহ_শিল্পকলা_উদ্যোগ    এয়া আমাৰ প্ৰচেষ্টা সম্পূৰ্ণ বাঁহেৰে নিৰ্মিত ৷বাঁহৰ বাৰাণ্ডা, বাঁহৰ ৰেলিঙ, বাঁহৰ বেৰ। আপুন...
08/04/2026

#নিকু_বাঁহ_শিল্পকলা_উদ্যোগ
এয়া আমাৰ প্ৰচেষ্টা সম্পূৰ্ণ বাঁহেৰে নিৰ্মিত ৷বাঁহৰ বাৰাণ্ডা, বাঁহৰ ৰেলিঙ, বাঁহৰ বেৰ।
আপুনিও যদি বনাব বিচাৰে তেন্তে :-

নিকু বাঁহ শিল্পকলা উদ্যোগ
টিপমীয়া গাওঁ,শিৱসাগৰ,পিন নং:-785682
যোগাযোগ নম্বৰ:- +918133913067, 088221 92081

#অসমৰবাঁহশিল্প #

 #নিকু_বাঁহ_শিল্পীকলা_উদ্যোগকোনো ধৰণৰ পৰিবেশ বিনস্তকাৰী সামগ্ৰী ব্যৱহাৰ নকৰাকৈ সম্পূৰ্ণ প্ৰাকৃতিকভাৱে আধুনিক সা—সজুলিৰে ...
05/04/2026

#নিকু_বাঁহ_শিল্পীকলা_উদ্যোগ
কোনো ধৰণৰ পৰিবেশ বিনস্তকাৰী সামগ্ৰী ব্যৱহাৰ নকৰাকৈ সম্পূৰ্ণ প্ৰাকৃতিকভাৱে আধুনিক সা—সজুলিৰে নিৰ্মাণ কৰিবলৈ চেষ্টা এয়া আমাৰ ৷
Nipan Gogoi

পৰিবেশ নষ্ট নোহোৱাকৈ,সদায় প্ৰকৃতিৰ মাজত থাকি ভালপোৱা কামবোৰ কৰি ভাল পাওঁ ৷ Bamboo cottage at kaziranga❤️❤️(ৰাতিৰ পৰিবেশ)...
20/03/2026

পৰিবেশ নষ্ট নোহোৱাকৈ,সদায় প্ৰকৃতিৰ মাজত থাকি ভালপোৱা কামবোৰ কৰি ভাল পাওঁ ৷
Bamboo cottage at kaziranga❤️❤️(ৰাতিৰ পৰিবেশ)
Eco-friendly








এটা সপোন ধীৰে ধীৰে বাস্তৱ হোৱাৰ দিশে… 🌿সম্পূৰ্ণ বাঁহেৰে নিৰ্মাণ কৰি আছো আমাৰ Bamboo Resort (কাজিৰঙাত)প্ৰাকৃতিক সৌন্দৰ্য ...
06/03/2026

এটা সপোন ধীৰে ধীৰে বাস্তৱ হোৱাৰ দিশে… 🌿
সম্পূৰ্ণ বাঁহেৰে নিৰ্মাণ কৰি আছো আমাৰ Bamboo Resort (কাজিৰঙাত)

প্ৰাকৃতিক সৌন্দৰ্য আৰু Assamese bamboo craft একেলগে।
কেনেকোৱা লাগিছে Comment কৰি জনাব আৰু ভাল লাগিলে share কৰিব ।







27/12/2025

বহু বছৰ বেয়া নোহোৱাকৈ বাঁহৰ খুটা আমি কেনেকৈ নিৰ্মাণ কৰো ৷

Nipan Gogoi






Address

Jorhat

Opening Hours

Monday 9am - 10pm
Tuesday 9am - 10pm
Wednesday 9am - 10pm
Thursday 9am - 10pm
Friday 9am - 10pm
Saturday 9am - 10pm
Sunday 9am - 10pm

Alerts

Be the first to know and let us send you an email when Niku Bamboo Art & Craft Industry posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share