Ainu vlog

Website

Ainu vlog cooking vlog

18/10/2026

আজি দুপৰীয়া ভাত পানী খাই বৈ আজৰি হৈ উঠিলো বাৰু আপোনালোকে খালেনে নাই বাৰু

18/10/2026

ভিডিঅটো' কালিয়ে কৰা আছিলে🙏🏻 #সকলোকে কাতি বিহু শুভেচ্ছা জনালোঁ 🎑🎑

18/10/2026

17/10/2026

#পূজা পূজা কৰোঁতে আজি পৰা আৰম্ভ হৈ গল আমাৰ পূজা বজাৰ কৰি শেষ নহ'ল 💃🏻💃🏻💃🏻💃🏻 #শুভৰাতি

17/10/2026

#আমাৰ দুকানলৈ আপোনালোকে সকলোৱে আহিব দেই #দুকানখন নিৰ্মল সন্মুখত আছে 💥💥💢

17/10/2026

#দেউতাকৰ লগত ফোনত কথা পাতি আছিলে ঘৰত আহিবানে বুলি #নাহো বুলি কওতে দেউতাক তেনেকৈ গালি পাৰি আছে #তাই এতিয়া সৰু হয় যে একো বুজি নাপায় 😞😞😞😞 সেয়া দেউতাক ওপৰত অভিমান কৰিছে 💔💔💔💔

16/10/2026

পূজা বজাৰ কৰি শেষ আছিলো বাৰু কেনেকুৱা লাগিছে কমেন্ট এটা কৰিব জনাব দেই

16/10/2026

আজি দুপৰীয়া ভাতসাজ খাই সচাকে ধুনীয়া লাগিছে

শুভ দুপৰীয়া
16/10/2026

শুভ দুপৰীয়া

16/10/2026

আজি মাছ বজাৰ ইমান মানুহৰ ভিৰ হৈছে আৰু মই কোনটো মাছ লৈছো কমেন্ট এটা কৰিব দেই

Address

Taptala
Morigaon
782121

Alerts

Be the first to know and let us send you an email when Ainu vlog posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share