19/10/2026
জীৱনটো যদি দুখ নথকা হ'লহেঁতেন,
যদি সদায় সুখেই থাকিলোঁহেঁতেন,
তেন্তে জীৱনটো কিমান যে ধুনীয়া হ'লহেঁতেন! ❤️🥹 নাথাকিলহেঁতেন চকুপানী🥹, নাথাকিলহেঁতেন মনৰ কষ্ট, সকলোৰে মুখত থাকিলহেঁতেন এটি মিঠা হাঁহি🙂। 😊🌷
কোনো চিন্তা নাথাকিলহেঁতেন, কোনো অভিমান নাথাকিলহেঁতেন, আপোন মানুহবোৰে কেতিয়াও মনত দুখ নিদিলেহেঁতেন😌। জীৱনটো যেন এখন ধুনীয়া সপোন হৈ পৰিলহেঁতেন❤️। 💖✨
কিন্তু জীৱন মানেই সুখ-দুখৰ এক মিঠা সংমিশ্ৰণ😊। দুখে আমাক জীৱনক বুজিবলৈ শিকায়, আৰু সুখে জীয়াই থকাৰ আনন্দ দিয়ে।🩷❤️ 🌿
সুখত হাঁহিবলৈ শিকা, দুখত ধৈৰ্য ধৰিবলৈ শিকা🙂। কাৰণ এন্ধাৰ ৰাতিৰ পিছতেই যেনেকৈ পোহৰ আহে, তেনেকৈ দুখৰ পিছতো এদিন সুখৰ বতৰা আহিব পাৰে🙏। 🙏❤️
🌹 জীৱনটো সদায় সুখৰ নহ'লেও, জীৱনটো ধুনীয়া কৰি জীয়াই থাকিবলৈ শিকিব লাগে💝❤️। 🌹
#জীৱনৰ_কাহিনী #সুখ_দুখ #জীৱনটো_ধুনীয়া ❤️🌿