Dikshi’s creation

Dikshi’s creation Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dikshi’s creation, Jorhat, Titabar.

প্ৰিয় জনক কি দিব?
সাধু কথাৰ দৰে জোন বেলি তৰা??
নালাগে দিয়ক।
প্ৰিয়জনৰ মনত থকাকৈ কিবা এটা?
ওম নিশ্চয়।
ভালপোৱা বোৰ ভালপোৱা হৈ থাকিব দিয়ক।উপহাৰটো মোলৈ এৰি দিয়ক।
(মানে ইয়াত হাতে চিলাই কৰা ৰুমাল,গাৰু কভাৰ,হূপ এম্বইদেৰি লগতে চাদৰ মেখেলা পাব)
📞7002466599

মৰমেৰে মৰমলৈ বুলি ❤️Thnk u for trusting us ❤️
29/12/2025

মৰমেৰে মৰমলৈ বুলি ❤️
Thnk u for trusting us ❤️

চিলাইবোৰ কৰি থকা আঁৰৰ মানুহজনীকো মাজে মাজে চাবলৈ ফটো দি থাকিব লাগে বোলে 🤣🙏🏽🙏🏽নমস্কাৰ দেই ৰাইজ মাত এষাৰ দি যাব লাজ পাম ন’...
24/12/2025

চিলাইবোৰ কৰি থকা আঁৰৰ মানুহজনীকো মাজে মাজে চাবলৈ ফটো দি থাকিব লাগে বোলে 🤣
🙏🏽🙏🏽নমস্কাৰ দেই ৰাইজ
মাত এষাৰ দি যাব লাজ পাম ন’হলে 🥹😍
Good evening 😇

Work in progress 🙂✨
23/12/2025

Work in progress 🙂✨

Birthday hoop🧿🦋
17/12/2025

Birthday hoop
🧿🦋

Weeding gift 🎁❤️
17/12/2025

Weeding gift 🎁❤️

Address

Jorhat
Titabar

Alerts

Be the first to know and let us send you an email when Dikshi’s creation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Dikshi’s creation:

Share