Bhaskar Barah-Gohpuriyan

Bhaskar Barah-Gohpuriyan Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Bhaskar Barah-Gohpuriyan, Kitchen/Cooking, Assam, Biswanath, Gohpur.

30/08/2025

Follow pls

17/05/2025

1.Who is the President of India?
Ans:
The current President of India is "Droupadi Murmu". She is the first tribal woman to hold the highest rank in India! Is that cool? She was elected in 2022 and has been a major inspiration to many people in our country.

2. What is the Latest Mission Launched by ISRO?
Ans:
The "Chandrayaan-3" mission was undertaken by the Indian Space Research Organisation, or ISRO, in the year 2023 and it came out with flying colours.

3. What New National Park Was Recently Established?
Ans:
The Great Sand Dunes National Park in the USA was recently expanded. It features huge dunes and is a fantastic place for outdoor adventures!

17/05/2025

Good morning
Everyone

সৰুতে পঢ়িছিলো, আজি দেখিলো
20/11/2024

সৰুতে পঢ়িছিলো, আজি দেখিলো

Your child behaviour depends on your behaviour
11/11/2024

Your child behaviour depends on your behaviour

11/11/2024
Good morning
11/11/2024

Good morning

Karma
09/09/2024

Karma

09/09/2024

09/09/2024

স্বৰ্গদেউ চ্যু-কা-ফাই টাই মংগোলীয় ভাষা-কৃষ্টি-সংস্কৃতিৰ লগত থলুৱা ভাষা-কৃষ্টি-সংস্কৃতিৰ সমন্বয় ঘ্টাত উৎসাহ যোগাইছিল। এই দূৰদৰ্শী বদান্যতাৰ ফলতেই টাই ভাষাৰ ঠাইত এক নতুন সমন্বয়ৰ ভাষা অসমীয়া ভাষা ৰাজকীয় ভাষা হৈ পৰিছিল। চ্যু-কা-ফাৰ আন এক বৃহৎ অৱদান হ'ল বুৰঞ্জী ৰচনা। স্বৰ্গদেউ চ্যু-কা-ফাই তেওঁৰ যাত্ৰা-পথত হোৱা সকলো ঘ্টনা আৰু দেউধাই-মহন-বাইলুং পণ্ডিতসকলক লিখিবলৈ কোৱাৰ পৰাই অসম বুৰঞ্জীৰ আৰম্ভণি বুলিব পাৰি।[3] তেওঁ সমসাময়িক অসমত বসবাস কৰা আৰু ৰাজ্য শাসন কৰা মৰাণ, বৰাহী, কছাৰী, নগা, চুতীয়া আদি সকলো জাতি-জনগোষ্ঠীকে একত্ৰিত কৰি পৰস্পৰৰ মাজত বিবাহ আৰু খোৱা-বোৱাৰ ব্যৱস্থা কৰি দিছিল। লগতে বিভিন্ন উপাধি প্ৰদান কৰি সকলো প্ৰজাকে ৰাজ্যশাসনত অংশগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰি দিছিল। যাৰ ফলত অসমত শইকীয়া, বৰা, হাজৰিকা, বৰুৱা, ফুকন আদি নানান উপাধিৰ সৃষ্টি হৈছিল আৰু বামুণ, কলিতা, লালুং, কোচ সকলোৱে এই উপাধি লাভ কৰিছিল। সাতৰাজ মাৰি একৰাজ কৰা চাও-লুং চ্যু-কা-ফাই হ'ল যথাৰ্থভাৱে অসম আৰু অসমীয়াৰ পিতৃপুৰুষ আৰু বৃহত্তৰ অসমীয়া জাতিৰ জনক।

Address

Assam, Biswanath
Gohpur
784168

Telephone

+918638123661

Website

Alerts

Be the first to know and let us send you an email when Bhaskar Barah-Gohpuriyan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Bhaskar Barah-Gohpuriyan:

Share