Monurama's Daily life

Directions

Monurama's Daily life আহক আমি সকলোৱে মৰমেৰে মিলিজুলি হাতে হাত ধৰি আগবাঢ়ি যাওঁ।

সপোনবোৰ যদি দিঠক হল হেতেন,অভিনয় যদি বাস্তৱ হেতেন,আমি কি কৰিলোঁ হৈ?শুভ ৰাত্ৰি।Good night everyone.
24/09/2026

সপোনবোৰ যদি দিঠক হল হেতেন,
অভিনয় যদি বাস্তৱ হেতেন,
আমি কি কৰিলোঁ হৈ?
শুভ ৰাত্ৰি।
Good night everyone.

কানিমুনি গধূলি,চিকমিক পোহৰত,তোমাৰ সৌন্দৰ্য্যযেন দুগুণে,সোণত সুৱগা চৰাইছে।সন্ধিয়াৰ প্ৰাকৃতিক পৰিৱেশটো সঁচাকৈ বৰ মনোমোহা।...
24/09/2026

কানিমুনি গধূলি,
চিকমিক পোহৰত,
তোমাৰ সৌন্দৰ্য্য
যেন দুগুণে,
সোণত সুৱগা চৰাইছে।
সন্ধিয়াৰ প্ৰাকৃতিক পৰিৱেশটো সঁচাকৈ বৰ মনোমোহা।ভাল লগাত ফটো এখন তুলি থলো।
আপোনালোকৰ কেনে লাগিছে? কব দেই।
শুভ সন্ধিয়া।
Good evening everyone.

24/09/2026

ৰদ গৰমত পানী খাওঁ , নেমু পানী খাওঁ।তেতিয়া গৰমতো ওলাই যায়। মই
এনেকুৱা কৰোঁ আপোনালোকে একা ?

আঞ্চলিক নামঘৰত অন্ন মুঠি লোৱাৰ সময়ত ফটো।সকলো ৰাইজে একেলগে বহি খাব পালে সুদাই হওঁক অমৃত অমৃত লাগে।ঘৰত জুতি লগাই খালেও ভক...
24/09/2026

আঞ্চলিক নামঘৰত অন্ন মুঠি লোৱাৰ সময়ত ফটো।সকলো ৰাইজে একেলগে বহি খাব পালে সুদাই হওঁক অমৃত অমৃত লাগে।ঘৰত জুতি লগাই খালেও ভকতৰ মাজত খোৱাৰ নিচিনা তৃপ্তি টো পোৱা নাযায়।
শুভ দুপৰীয়া।
Good afternoon everyone.
#ফটো

পোহৰ থাকিলে আন্ধাৰ আহিবই।দুখ থাকিলে সুখ আহিব।সুখ দুখৰ সমষ্টিয়েই মানৱ জীৱন।কৰ্ম কৰিলেহে  ৰত্ন মিলে।শুভ ৰাতিপুৱা।Good mor...
24/09/2026

পোহৰ থাকিলে আন্ধাৰ আহিবই।দুখ থাকিলে সুখ আহিব।সুখ দুখৰ সমষ্টিয়েই মানৱ জীৱন।কৰ্ম কৰিলেহে ৰত্ন মিলে।
শুভ ৰাতিপুৱা।
Good morning everyone.

আজি শংকৰদেৱৰ জন্ম উৎসৱ।আঞ্চলিকভাৱে পালন কৰা হৈছে।গৰমত গছৰ তলত দুয়ো বহি বক্তৃতা শুনি বহি আছোঁ।শুভ সন্ধিয়া।Good evening ...
21/09/2026

আজি শংকৰদেৱৰ জন্ম উৎসৱ।আঞ্চলিকভাৱে পালন কৰা হৈছে।গৰমত গছৰ তলত দুয়ো বহি বক্তৃতা শুনি বহি আছোঁ।
শুভ সন্ধিয়া।
Good evening everyone.
#ফটো ゚

যোৱা কালি জুবিন দাৰ প্ৰগ্ৰেম চাবলৈ গলো।শুভৰাত্ৰিGood night everyone.
20/09/2026

যোৱা কালি জুবিন দাৰ প্ৰগ্ৰেম চাবলৈ গলো।

শুভৰাত্ৰি
Good night everyone.

ৰাতি জুবিনদাৰ অনুষ্ঠানত নিজৰ আপোন গাওঁখনত আছিলোঁ।শুভৰাত্ৰি।Good night everyone.
19/09/2026

ৰাতি জুবিনদাৰ অনুষ্ঠানত নিজৰ আপোন গাওঁখনত আছিলোঁ।
শুভৰাত্ৰি।
Good night everyone.

বন্ধু বান্ধবী সকল আজি বিশ্বকৰ্মা পূজাভাগ সকলোৰে ভালে ভালে পাৰ হল নে?শুভ ৰাত্ৰি।Good night everyone    #ফটো
18/09/2026

বন্ধু বান্ধবী সকল আজি বিশ্বকৰ্মা পূজাভাগ সকলোৰে ভালে ভালে পাৰ হল নে?
শুভ ৰাত্ৰি।
Good night everyone
#ফটো

17/09/2026

শংকৰ উৎসৱত ভাওনা পাতিবলৈ ভাওনাৰ আখৰা চলি আছে। কৃষ্ণৰ প্ৰবেশ।

Address

Golaghat
785 621 (GOLAGHAT CENTRAL) – HEAD POST OFFICE (HPO), * 785 702 (BENGENAKHOWA C

Website

Alerts

Be the first to know and let us send you an email when Monurama's Daily life posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share