Axomi Construction Private Limited

Directions

Axomi Construction Private Limited Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Axomi Construction Private Limited, Interior design studio, Ananda Nagar, Sixmile, Guwahati.

🤝AXOMI CONSTRUCTION PRIVATE LIMITED🤝
Six mile (Ananda nagar),Guwahati ,( Assam )
contact number :+918011892305

You can contact us to decorate and build your dreamy home with beautiful designs

18/09/2026

বিশ্বখনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা দেৱৰ পূজাৰ আন্তৰিকতাৰে শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ।

সকলো কাৰিকৰ, শ্ৰমিক, ব্যৱসায়ী আৰু কৰ্মজীৱীৰ জীৱনলৈ নতুন আশা আৰু সম্ভাৱনাৰ দুৱাৰ মুকলি হওঁক।
জয় বিশ্বকৰ্মা ।

17/09/2026

🏗️ AXOMI CONSTRUCTION PRIVATE LIMITED
BUILD • DESIGN • DELIVER
Your Dream. Our Craftsmanship.
We transform your vision into stunning spaces built with quality, precision, and modern design. From complete home construction and structural work to premium interiors and full finishing, we take care of every detail.
✨ Modern Architecture
🏠 Complete Home Construction
🎨 Premium Interior Design
🛠️ Full Finishing Solutions
📐 Quality Workmanship
Built with Strength. Designed with Style. Made for You.
Let’s create a home that reflects your dream, lifestyle, and personality.
AXOMI CONSTRUCTION PRIVATE LIMITED
Building Dreams • Creating Excellence

Visit our office: Six mile anandnagar ( guwahati)
Contact: 080118 92305

🤝AXOMI CONSTRUCTION PRIVATE LIMITED 🤝 ✅ Modern Interior Design✅ Premium Modular Kitchen✅ False Ceiling & Decorative Ligh...
17/09/2026

🤝AXOMI CONSTRUCTION PRIVATE LIMITED 🤝

✅ Modern Interior Design
✅ Premium Modular Kitchen
✅ False Ceiling & Decorative Lighting
✅ Customized Wardrobes & Storage Solutions
✅ TV Unit & Living Room Design
✅ Bedroom Interior Setup
✅ Home Renovation & Remodeling
✅ Budget-Friendly Construction Solutions
✅ Service Available All Assam

Six mile anandnagar (Guwahati)

📞 Contact: +91 8011892305


ভগৱান গণেশৰ আশীৰ্বাদে দূৰ কৰক জীৱনৰ কাইট,সুখ-শান্তিৰে ভৰি পৰক আপোনাৰ দিন আৰু ৰাতি।গণেশ পূজাৰ আন্তৰিক ওলগ যাচিলো!🌺 শুভ গণ...
14/09/2026

ভগৱান গণেশৰ আশীৰ্বাদে দূৰ কৰক জীৱনৰ কাইট,সুখ-শান্তিৰে ভৰি পৰক আপোনাৰ দিন আৰু ৰাতি।গণেশ পূজাৰ আন্তৰিক ওলগ যাচিলো!

🌺 শুভ গণেশ চতুৰ্থী! 🌺

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজ, সাহিত্য, সংস্কৃতি আৰু আধ্যাত্মিক জগতলৈ আগবঢ়াই যোৱা অমূল্য অৱদান সদায় স্মৰণীয়...
12/09/2026

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজ, সাহিত্য, সংস্কৃতি আৰু আধ্যাত্মিক জগতলৈ আগবঢ়াই যোৱা অমূল্য অৱদান সদায় স্মৰণীয় হৈ থাকিব।
তেখেতৰ একশৰণ নামধৰ্ম, ভক্তি, প্ৰেম, মানৱতা আৰু ঐক্যৰ বাণীয়ে আমাৰ সমাজক সদায় আলোকিত কৰি আহিছে।
🙏 মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৱিত্ৰ তিথিত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

AXOMI CONSTRUCTION PRIVATE LIMITED 🤝

10/09/2026
08/09/2026

AXOMI CONSTRUCTION PRIVATE LIMITED-ৰ ফালৰ পৰা অসমৰ সু-সন্তান, বিশ্ববৰেণ্য শিল্পী, সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ জন্মদিনত আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
তেখেতৰ অমৰ সৃষ্টি, সুৰ আৰু মানৱতাৰ বাণীয়ে অসমীয়া জাতিৰ হৃদয়ত সদায় জীয়াই থাকিব।
“অসমৰ গৌৰৱ ড° ভূপেন হাজৰিকা দেৱলৈ জন্মদিনৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি।”

07/09/2026

নমস্কাৰ! 🙏
আপুনি যদি নিজৰ সপোনৰ ঘৰখন নিৰ্মাণ কৰিবলৈ ভাবিছে বা বনাব বিচাৰিছে, কিন্তু সঠিক আৰু বিশ্বাসযোগ্য ঠিকনা বিচাৰি পোৱা নাই—তেন্তে চিন্তা নকৰিব।
অতি কম খৰচত আপোনাৰ সপোনৰ ঘৰখন নিৰ্মাণ কৰিবলৈ আজিয়েই যোগাযোগ কৰক—
🏠 AXOMI CONSTRUCTION PVT. LTD.
উন্নত মানদণ্ড, দক্ষ কৰ্মী আৰু সময়মতে কাম সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতিৰে আমি আপোনাৰ সপোনৰ ঘৰখন বাস্তৱ ৰূপ দিবলৈ সদায় সাজু।
✨ আপোনাৰ সপোন, আমাৰ দায়িত্ব।
📍 আমাৰ ঠিকনা:
AXOMI CONSTRUCTION PVT. LTD.
Six Mile, Ananda Nagar, Guwahati, Assam
📞 যোগাযোগ: 8011892305
আজিয়েই যোগাযোগ কৰক আৰু আপোনাৰ সপোনৰ ঘৰ নিৰ্মাণৰ প্ৰথম খোজটো আগবঢ়াওক। 🏡

06/09/2026

🤝AXOMI CONSTRUCTION PRIVATE LIMITED 🤝


Address

Ananda Nagar, Sixmile
Guwahati
781022

Website

Alerts

Be the first to know and let us send you an email when Axomi Construction Private Limited posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share