02/10/2023
“কুন্দিলা’জ টিফিন”ৰ হৈ সকলোকে প্ৰথমে নমস্কাৰ জনাইছোঁ৷সম্প্ৰতি স্বাস্থ্যসচেতন লোকসকল খাদ্যৰ প্ৰতি যথেষ্ট সচেতন৷সেয়ে আমিও সচেতনতাৰে জুহালৰ জুতিৰে সুস্বাদ এসাঁজ খাৱ পৰাকৈ আপোনাৰ অফিচ বা ঘৰত দি অহাৰ ব্যৱস্থা কৰিছো৷ কেৱল আপোনালোকে আমাক মাত লগাওক৷আমি আপোনালোকক সেৱাৰ আগবাঢ়বলৈ আগ্ৰহী৷
আমাৰ “কুন্দিলা’জ টিফিনত” আপুনালোকে পাব৷
১/ঔটেঙাৰে কচুগুটি মাছৰ জোল
২/নৰসিংহ ভেদাইলতা মাছৰ জোল
৩/কলপচলা
৪/অমিতা /লাওৰ খাৰ/মাটিডালিৰ খাৰ
৫/ৰুটী মাংস
৬/নিৰামিষ এসাঁজ
৭/আমিষ এসাঁজ