Lucky's_colour_world

Lucky's_colour_world any kind of hoop embroidery � available

16/04/2025

সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।
প্ৰতিযোগী সংখ্যা: ১১৪
নাম: বন্যাশ্ৰী বৰগোহাঁই
ঠিকনা: লখিমপুৰ
জিলা: লখিমপুৰ (অসম)
নমস্কাৰ
প্রিয় বিহু প্ৰেমী ৰাইজ। সকলোকে "লালুকৰ খৱৰ"ৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।
ৰঙালী বিহুৰ উপলক্ষে "লালুকৰ খৱৰ" ফেচবুক পেজটোৰ তৰফৰ পৰা এখনি ফটো প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
সেয়ে আপোনাৰ শিশুটোৰ এখন উন্নত মানদণ্ডৰ ফটো আমালৈ প্ৰেৰণ কৰক।
whatsapp number
৮০১১৫৯৯১৯৬
৯৮৫৪৩৪৯৬৯৫
৯৫৭৭৪৫৬৫৮৮
৬০০০১৩৮১০২
৮৪৮৬৮৯০০৯২
৬০০৩১২৬০১৬

প্ৰতিযোগিতাৰ নিয়মাৱলী সমূহ:-

১)প্ৰতিযোগীয়ে "লালুকৰ খৱৰ" পেজটো follow কৰিব লাগিব ।
২)ফটোখন সম্পূৰ্ণ অসমীয়া সাজ-পাৰ পৰিধান কৰা হ'ব লাগিব।
৩)লাইক ,কমেন্ট আৰু চেয়াৰৰ ওপৰত ভিত্তি কৰি তিনি গৰাকী (৩) প্ৰতিযোগীক নিৰ্বাচিত কৰা হব।
৪)এটা লাইকত ১ ,এটা কমেন্টত ৩ আৰু এটা চেয়াৰত ৫ নম্বৰ ধৰা হ'ব।
৫)ছেল্ফী গ্ৰহণ কৰা নহ'ব।
৬)এজন ব্যক্তিয়ে এবাৰেই কমেন্ট কৰিব পাৰিব।
৭) শিশুৰ কেৱল এজনৰহে প'ষ্ট কৰিব পাৰিব ।
৮)অধিক লাইক কমেন্টৰ বাবে নিজৰ নিজৰ বন্ধু-বান্ধবী সকলক পেজটোলৈ নিমন্ত্রণ জনাব।
৯)ফটো জমাৰ তাৰিখ ১২ এপ্ৰিল ২০২৫ পৰা ২৫ এপ্ৰিল ২০২৫ লৈ।
১০) প্ৰতিযোগিতাৰ ফলাফল অহা ২৭ এপ্ৰিল ২০২৫ তাৰিখে ঘোষণা কৰা হ'ব।
১১)ফটোখনৰ লগত চমুকৈ প্ৰতিযোগীৰ নাম আৰু ঠিকনা লিখি দিব লাগিব।
১২)ফটোখন গ্রহণযোগ্য হ'লেহে প্ৰতিযোগিতাত স্থান পাব।
১৩)প্ৰতিযোগী গৰাকীয়ে পেজটো follow কৰাটো বাঞ্চনীয়।
১৪)বিজয়ী প্ৰতিযোগী সকলক মানপত্ৰ,বঁটা লগতে নগদ ধনৰ টোপোলা প্ৰদান কৰা হ'ব । ধন্যবাদ।

 #আপোনাৰ বিশেষ জনক এনেদৰে উপহাৰ দিব বিচাৰিলে যোগাযোগ কৰিব পাৰে🌼
08/10/2023

#আপোনাৰ বিশেষ জনক এনেদৰে উপহাৰ দিব বিচাৰিলে যোগাযোগ কৰিব পাৰে🌼


6 inchdm for order 📥প্ৰয়োজন হলে যোগাযোগ কৰিব পাৰে
09/02/2023

6 inch
dm for order 📥
প্ৰয়োজন হলে যোগাযোগ কৰিব পাৰে

Address

North Lakhimpur
787001

Alerts

Be the first to know and let us send you an email when Lucky's_colour_world posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Lucky's_colour_world:

Share