Sualkuchi Art & craft school

Sualkuchi Art & craft school Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Sualkuchi Art & craft school, Arts & Crafts Store, Kanchan Nagar, Sualkuchi.

Artist & Educator | Painting, Sculpture, Drawing & Design | Guiding 100+ students to creative excellence | Passionate about Portraits , Landscapes , outdoor activities etc.

আহিব লগা বছৰেকীয়া পৰীক্ষাৰ প্ৰস্তুতি সম্পৰ্কে কিছু ব্যস্ততা সময়
03/05/2026

আহিব লগা বছৰেকীয়া পৰীক্ষাৰ প্ৰস্তুতি সম্পৰ্কে কিছু ব্যস্ততা সময়

New admission open 2026 Bhargab Uja Rupak Baishya New Parag Das Tridib Kalita Deepjyoti Sarma Art Bidyut Vikash Rajbongs...
21/03/2026

New admission open 2026

Bhargab Uja
Rupak Baishya New
Parag Das
Tridib Kalita
Deepjyoti Sarma Art
Bidyut Vikash Rajbongshi
Hrishikesh Medhi
Rupam Das
Uddipana Das

তেওঁ সদায় আমাৰ মাজত জিলিকি থাকিব,তেওঁ সদায় অমৰ হৈ ৰব,আমাৰ অতিকৈ মৰমৰ শিল্পী, অসমৰ সম্পদ জুবিন গাৰ্গৰ  বিদেহ আত্মাৰ সদগ...
22/09/2025

তেওঁ সদায় আমাৰ মাজত জিলিকি থাকিব,
তেওঁ সদায় অমৰ হৈ ৰব,

আমাৰ অতিকৈ মৰমৰ শিল্পী, অসমৰ সম্পদ জুবিন গাৰ্গৰ বিদেহ আত্মাৰ সদগতিৰ বাবে আজি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল , অনুষ্ঠানটিত সমূহ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকলো উপষ্ঠিত
থাকে।
স্থান:- শুৱালকুছি চাৰু কাৰু কলা বিদ্যালয়।

শুৱালকুছি দক্ষিণ জানৰপাৰ বহা'গী উৎসৱ উদযাপন সমিতিৰ সৌজন্যত বিভিন্ন প্ৰতিযোগিতাৰ লগতে এখনি চিত্ৰাংকণ প্ৰতিযোগিতা আয়োজন ক...
06/05/2025

শুৱালকুছি দক্ষিণ জানৰপাৰ বহা'গী উৎসৱ উদযাপন সমিতিৰ সৌজন্যত বিভিন্ন প্ৰতিযোগিতাৰ লগতে এখনি চিত্ৰাংকণ প্ৰতিযোগিতা আয়োজন কৰা হৈছিল, "ক" আৰু "খ" শাখাত শুৱালকুছি চাৰু-কাৰু কলা বিদ্যালয়ৰ দুগৰাকী ছাত্ৰ পুৰষ্কাৰ পাবলৈ সক্ষম হয় । ছাত্ৰ দুগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে বিদ্যালয়ৰ তৰফৰ পৰা তেওঁলোকক অশেষ অভিনন্দন জনোৱা হল।

তাৰিখ: ০৪/০৫/২০২৫
স্থান: শুৱালকুছি

Himanta Biswa Sarma Bhargab Uja Deepjyoti Sarma Art Hrishikesh Medhi

  শুৱালকুছি চাৰু-কাৰুকলা বিদ্যালয়।বৰ্তমান সময়ত শুৱালকুছিকে ধৰি দাতি কাষৰীয়া অঞ্চলত মুখে মুখে চৰ্চিত লগতে সকলোৰে পৰিচি...
05/04/2025



শুৱালকুছি চাৰু-কাৰুকলা বিদ্যালয়।

বৰ্তমান সময়ত শুৱালকুছিকে ধৰি দাতি কাষৰীয়া অঞ্চলত মুখে মুখে চৰ্চিত লগতে সকলোৰে পৰিচিত এইখন বিদ্যালয় এতিয়া প্ৰায় নহ বছৰ বয়সত ভৰি দিলে।
এয়া সম্ভৱ হৈ উঠিছে কেৱল আপোনালোকৰ আশীৰ্বাদ আৰু মৰমৰ ফলত।
আশা কৰিছোঁ আমাক দিয়া সাহস আৰু উদ্দিপনাই আৰু আগুৱাই যোৱাত সহায় কৰিব।



&craftschool

Class workName : Shivam kalitaClass : Three Date : 16/03/2025
16/03/2025

Class work
Name : Shivam kalita
Class : Three
Date : 16/03/2025

'লোহিত আস্থা ' শুৱালকুছি'ৰ উদ্যোগত আয়োজিত 'ময়ুন দেৱ মহন্ত বাপাৰ' সোঁৱৰণত ছবি অঁকা প্ৰতিযোগিতা এখনি অনুষ্ঠিত কৰা হয়। প্...
04/02/2025

'লোহিত আস্থা ' শুৱালকুছি'ৰ উদ্যোগত আয়োজিত 'ময়ুন দেৱ মহন্ত বাপাৰ' সোঁৱৰণত ছবি অঁকা প্ৰতিযোগিতা এখনি অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতা খনত আমাৰ বিদ্যালয়ৰ প্ৰায় ভাগ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে । প্ৰতিযোগিতা খন চাৰিটা শাখাত অনুষ্ঠিত কৰা হয়," খ " শাখাৰ প্ৰথম পুৰস্কাৰ শংকৰজ্যোতি মেধি আৰু "গ" শাখাৰ প্ৰথম পুৰস্কাৰ নিশান্ত গোস্বামীয়ে লাভ কৰিবলৈ সক্ষম হয়। দুয়ো গৰাকী ছাত্ৰলৈ বিদ্যালয়ৰ তৰফৰ পৰা অশেষ শুভেচ্ছা জ্ঞাপন কৰিছো।
ভগৱানে আশীৰ্বাদ কৰক আৰু আগুৱাই যোৱা।

End of 2024 ❤️❤️Bhargab Uja Parag Das Deepjyoti Sarma Art
26/12/2024

End of 2024 ❤️❤️

Bhargab Uja
Parag Das
Deepjyoti Sarma Art

শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয় আছু গোটৰ সহযোগত শুৱালকুছি উচ্চতৰ...
11/12/2024

শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয় আছু গোটৰ সহযোগত শুৱালকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ।
প্ৰতিযোগিতা খনত আমাৰ বিদ্যালয়ৰ বহু ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে তাৰে মাজতে শ্ৰেষ্ঠত্ব দেখোৱাই ছাত্ৰ শংকৰজ্যোতি মেধিয়ে প্ৰথম পুৰস্কাৰ আৰু বিভোৰ নাথে তৃতীয় পুৰস্কাৰ প্ৰাপ্ত কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনে । দুয়ো গৰাকী ছাত্ৰলৈ বিশেষ অভিনন্দন জ্ঞাপন কৰিলো লগতে ভৱিষ্যতে এনেদৰে আগুৱাই যোৱাত আশীৰ্বাদ কৰিলোঁ।

Sualkuchi Art & craft school
Parag Das
Bhargab Uja
Deepjyoti Sarma Art

Address

Kanchan Nagar
Sualkuchi
781103

Opening Hours

10am - 1pm

Website

Alerts

Be the first to know and let us send you an email when Sualkuchi Art & craft school posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share