MB's Creations

MB's Creations Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from MB's Creations, Arts & Crafts Store, Tezpur.

জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন উপলক্ষ্যে তেজপুৰ জুবিনিয়নে নেহেৰু ময়দানত "জুবিনময় তেজপুৰ " শীৰ্ষক অনুষ্ঠানটিৰ লগত সংগত...
19/11/2025

জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন উপলক্ষ্যে তেজপুৰ জুবিনিয়নে নেহেৰু ময়দানত "জুবিনময় তেজপুৰ " শীৰ্ষক অনুষ্ঠানটিৰ লগত সংগতি ৰাখি আয়োজন কৰা চিত্ৰ কৰ্মশালাত জুবিনদাৰ এটি গীতৰ কালিৰ আধাৰত আজি মই থিতাতে অংকন কৰা ছবিখন।

গীতৰ কালি: "তুমি চিনাকি এগছি চাকি
যেন পোহৰৰে পক্ষী"

জোখ: 16" x 20 "

ভূপেন হাজৰিকাদেৱৰ এটি গীতৰ আধাৰত অংকিত মোৰ এখন ছবিৰে  সুধাকণ্ঠজনালৈ শ্ৰদ্ধাঞ্জলি জনালোঁ।🙏🙏🙏Title- Usha-chitralekhaMedium...
05/11/2025

ভূপেন হাজৰিকাদেৱৰ এটি গীতৰ আধাৰত অংকিত মোৰ এখন ছবিৰে সুধাকণ্ঠজনালৈ শ্ৰদ্ধাঞ্জলি জনালোঁ।🙏🙏🙏

Title- Usha-chitralekha
Medium- Acrylic on Canvas
Size- 22"x30"

প্ৰাণৰ শিল্পী গৰাকীলৈ মই অংকন কৰা তেখেতৰ এখন প্ৰতিচ্ছবিৰে বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ 🙏    Medium: Acrylic on Canva...
05/11/2025

প্ৰাণৰ শিল্পী গৰাকীলৈ মই অংকন কৰা তেখেতৰ এখন প্ৰতিচ্ছবিৰে বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ 🙏



Medium: Acrylic on Canvas
Size: 18"×24"
Date: 19/10/2025
Contact no: 9706478550

My workDated-19/6/24
25/06/2025

My work
Dated-19/6/24

My  cover page work👇Dated-10/7/24
24/06/2025

My cover page work👇
Dated-10/7/24

23/06/2025

Celebrating my 4th year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉

My workDated-17/1/25
23/06/2025

My work
Dated-17/1/25

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ এটিৰ আধাৰত মই অংকিত ছবি এখন আগবঢ়ালো🌻কাষতে কলচী লৈ যায় ঐ ৰচকী বাই🌻Title - Rosoki BaiMed...
24/06/2024

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ এটিৰ আধাৰত মই অংকিত ছবি এখন আগবঢ়ালো

🌻কাষতে কলচী লৈ যায় ঐ ৰচকী বাই🌻

Title - Rosoki Bai
Medium - Acrylic on canvas
Size- 18" X 24"
Artist- Monimala Borah
work at Kalaguru chandmari Tezpur on the occasion of Rava Diwas(ৰাভা দিৱস)

My New Work👇Title - Autumn at Kaziranga(ফাগুনৰ কাজিৰঙা)Medium -Acrylic on canvassize - 18" X 24"Artist - Monimala Borah
28/03/2024

My New Work👇

Title - Autumn at Kaziranga
(ফাগুনৰ কাজিৰঙা)
Medium -Acrylic on canvas
size - 18" X 24"
Artist - Monimala Borah

Address

Tezpur
784150

Website

Alerts

Be the first to know and let us send you an email when MB's Creations posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share