Chef B&B's Kitchen

Chef B&B's Kitchen Page is all about home cooking by 3 sis Babi, Buli and Babli
https://youtube.com/

09/19/2026

তিনি মাহ আগতে ভাৰতলৈ আহোতে পাপা য়ে কঠাল গুটিৰ লগত কেঁচা খৰিছা আৰু হাঁহৰ কণী দি ৰান্ধিছিল, কি যে সোৱাদ লগা হৈছিল খাবলৈ লগতে আছিল যোৰহাটৰ পৰা অনা ক’লা কচু ৰ জালুকীয়া, টকালী পাৰি খালো ৷ গৰমত ঘামি জামি অৱস্থা নাই তথাপিয়ো ভিডিঅ বনাবলৈ এৰা নাই 😁 | আশাকৰো আপোনালোক ভালে আছে ৷

09/14/2026

মই আকৌ ভাবিছিলো লণ্ডনৰ ফিচ এণ্ড চিপচ আমাৰ আমেৰিকাৰ দৰে সৰু, কিন্তু ফ্ৰাইড ফিচ ফিলে দেখিহে অবাক হ’লো ৷ কড মাছৰ মস্ত পিচ দেখি জিভা লকলকাইগ’ল ৷ কি যে সোৱাদ আছিল ৷
আশা কৰো আপোনালোকে ভাল পাব

09/12/2026

লণ্ডন ব্ৰিজৰ কাষত Borough Market নামৰ এখন বজাৰ আছিল, তাত কি পোৱা নাযাই, পাচলীৰ পৰা আদি কৰি শুকান বস্তু, মচলা কাপোৰ, ৰেষ্টুৰেন্ট সকলো আছিলো আৰু ইমানেই মানুহ উফ ! লম্বা লাইন এটা দেখি সুধিল কিহৰ লাইন, স্পেইন এটা পপুলাৰ ব্যঞ্জন Paella 🥘 ৰ লাইন, আগতে বহুত বাৰ ৰান্ধিছো যদিওঁ ৰেষ্টুৰেন্টৰ খাই চোৱাৰ হেঁপাহ হ’ল ৷ লম্বা লাইন যদিওঁ খুউব সোনকালে অতিক্ৰম কৰি আহি হাতত Paella পৰিলহি আৰু সোৱাদ ভৰা Paella খোৱাৰ আনন্দ লাভ কৰিলো ৷

09/03/2026

এগৰাকী পুৰ্বৰ তাজ হোটেলৰ চাকৰীয়াল হিচাবে মোৰ তাজ ৰ প্ৰতি এটা বৰ মৰম আছে ৷ যেতিয়া গম পাইছিলো তাজ হোটেল খন ২০১৪ ত খুলিছিল, তেতিয়াই বৰ আশা আছিল এবাৰ চাবলৈ ৷ এইবাৰ লণ্ডন আহোতে তাজ ত অহাৰ সুবিধা পালো, ভাবিলো আপোনালোককো দেখুৱাও ৷ আশা কৰিলো ভাল পাব ৷

08/22/2026

আপোনালোকৰ পানী শুকাইছেনে ?
শুনিছো বহুত ঠাইত এতিয়াওঁ পানী আছে ৷ জনাবছোন প্লিজ 🙏৷ চৰকাৰে দিয়া আৰ্থিক সাহাৰ্য্য পালেনে ? মোৰ ভিডিঅ দিবলৈকে মন নোযোৱা হ’ল ৷ অসমৰ ভিডিঅ ধেৰ আছে দিবলৈ কিন্তু মোৰ পুৰণা খোৱা ভিডিঅ চাই য়ে কিছুমানে গেলা কে বকিছে 😞 খোৱা ভিডিঅ দিবলৈকে ভয় ৷ মই তাত থকা হেতেন বেলেগ কথা আছিল, এতিয়া ইমান দুৰত থাকি বানপানী ৰ ভিডিঅ কেনেকৈ বনাওঁ ?
ভালে থাকক সকলো ৷ মইয়ো লাহে লাহে আকৌ আৰম্ভ কৰিম ভিডিঅ দিবলৈ ৷ Life must go on..

08/10/2026

ভগৱানে ভালে ৰাখক সময় ক 🙏

08/05/2026

প্ৰকৃতিক এনেকৈ অত্যাচাৰ কৰিলে প্ৰকৃতিয়ে তাণ্ডৱ কৰিবই ৷ ভগৱান সহায় কৰা ৷ আছল কথাটো পোহৰলৈ আনা 🙏🙏

08/05/2026

🙏🙏🙏

Address

11 W Jones St
Raleigh, NC
27601

Alerts

Be the first to know and let us send you an email when Chef B&B's Kitchen posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Chef B&B's Kitchen:

Shortcuts

Share